‘উন্নত কৃষকৰ প্ৰথম পচন্দ’ ছ’লিছ যানমাৰ গৌৰৱময় ছ’বছৰ সম্পূৰ্ণ কৰাৰ সুখৰ অৱসৰত, নিজৰ গৰৱিত মালিক আৰু পৰিয়ালৰ সৈতে মিলি ‘ছ’লিছ ফাউণ্ডেশ্বন সপ্তাহ’ উদযাপন কৰি আছে ছ’লিছ যানমাৰ।
এই বিশেষ সপ্তাহত, প্ৰতিটো ট্ৰেক্টৰ ক্ৰয়ৰ সৈতে নিশ্চিত উপহাৰ পাবৰ সুযোগৰ উপৰিও, ছ’লিছ ডিলাৰশ্বিপৰ জৰিয়তে অনুষ্ঠিত লাকি ড্ৰ’ত ৩২ ইঞ্চি LED টিভি জিকাৰ সুযোগ। লগতে, বাম্পাৰ লাকি ড্ৰ’ৰ জৰিয়তে ৬ জন ভাগ্যশালী বিজেতাই জিকিব পাৰে হণ্ডা চাইন বাইক (100cc)। এই অফাৰ ১৪ জুলাইৰ পৰা ২৬ জুলাই ২০২৫লৈকে বৈধ।
আজিয়েই ঘৰলৈ আনক – 14.9 - 28 পিছফালৰ টায়াৰ থকা ছ’লিছ 4515 ট্ৰেক্টৰ, আৰু 13.6 - 28 পিছফালৰ টায়াৰযুক্ত ছ’লিছ 4415 ট্ৰেক্টৰ। এই শক্তিশালী মডেলসমূহ আহে আধুনিক সুবিধাসমূহৰ সৈতে –10F + 5R মল্টি-স্পীড ট্ৰান্সমিছন (বিশেষ ৫তম গিয়াৰৰ সৈতে), শক্তিশালী E3 ইঞ্জিন, ২০% অধিক টৰ্ক, ২০০০ কিলোগ্ৰামৰ লিফ্ট ক্ষমতা, আন্তঃৰাষ্ট্ৰীয় ডিজাইন, ৪-উপায়েৰে এডজাষ্ট কৰিব পৰা ছিট আৰু ২৪ ইঞ্চি বিস্তৃত ফ্লেট প্লেটফর্ম।
আজিয়েই ছ’লিছ যানমাৰ ট্ৰেক্টৰ নিজৰ কৰি তুলক, আৰু বাম্পাৰ লাকি ড্ৰ’ত অংশ লৈ হণ্ডা বাইক জিকাৰ সোনালী সুযোগ হাতছাড়া নকৰিব।
অধিক জানিবলৈ ওচৰৰ ডিলাৰশ্বিপলৈ যাওক বা আমাক 7002889293 বা আমাৰ টোল ফ্ৰী নম্বৰ: 1800 1200 76547 নম্বৰত ফোন কৰক
*চৰ্ত আৰু নিয়ম প্ৰযোজ্য।"
Posted on : 14 Jul 2025 7:28 PM